Huna Na
Similar songs
Nwngkhow Mwnhaya
Nawanita Bwisumuthihary,Swmkhwr Daimari03:29
Case Nai (WRISHI Remix)
RJoan,WRISHI03:21
Fokotiya Rappers
Rock-B03:32
Pori
Mark Pol04:49
Manuh
WordKing02:50
Mumble Bible (Title Track)
DETROIT DYG03:06
Jaanki
cYm02:51
Logori
Wild Shooter02:33
BEETAL
Badnem03:33
SENSELESS
ACID RAIN02:40
Similar Songs
Nwngkhow Mwnhaya
Nawanita Bwisumuthihary,Swmkhwr Daimari
Case Nai (WRISHI Remix)
RJoan,WRISHI
Fokotiya Rappers
Rock-B
Pori
Mark Pol
Manuh
WordKing
Mumble Bible (Title Track)
DETROIT DYG
Jaanki
cYm
Logori
Wild Shooter
BEETAL
Badnem
SENSELESS
ACID RAIN
About song
Album: Upohar
Genre :Hip Hop
4 Plays
Music: Deep X Production
Tune: D VIBE$
Lyricist: Debashis Das
Composition: Debashis Das
Copyright © Mogno 4ever Records
Lyrics
Yeah, yeah, yeah
Owh, owh
জীয়াই তুলিলা (জীয়াই তুলিলা)
Yeah
শুনা না (Yeah), যদি মাত দিওঁ তোমাক তুমি আহিবানে মোৰ বাবে উলাই
শুনা না (Yeah), যদি কেতিয়াবা পৰি যাওঁ তুমি বাৰু উঠাবানে মোক
শুনা না (Yeah), যদি নাইকিয়া হৈ যায় সকলো তুমি থাকিবানে
শুনা না (Yeah), মনত তোমাক কৰো কিন্তু কবলে মোৰ hard lage (Yeah)
কিমান দিন ৰাখিম লুকাই আৰু এনেকে (এনেকে)
কোনেনো ৰাখে লুকাই বাৰো এনেকে (এনেকে)
কৈ দিলে যদি এৰি যোৱা দূৰলে (দূৰলে)
মই ভয় কৰো তোমাকে হেৰাবলে (হেৰাবলে)
ভুল কৰা বাদ দিছোঁ বহু মই আগতেই (আগতেই)
শিকিছো বহুত but মনেটো নেমানেই (নেমানে)
গ্ৰহণ কৰিছোঁ মৰম যিমান দিবা (যিমান দিবা)
ৰাতি শুৱাৰ আগত দেখো মই তোমাকেই (তোমাকেই)
এতিয়া মই মগ্ন তোমাতেই (তোমাতেই)
দিনক দিনে বাঢ়ি গৈছে মৰমবোৰেই (মৰমবোৰেই)
সময় থমকি ৰয় তোমাক চালে (তোমাক চালে)
মোৰ হৃদয়ে তোমাকেই বিচাৰে
শুনা না (Yeah), যদি মাত দিওঁ তোমাক তুমি আহিবানে মোৰ বাবে উলাই
শুনা না (Yeah), যদি কেতিয়াবা পৰি যাওঁ তুমি বাৰু উঠাবানে মোক
শুনা না (Yeah), যদি নাইকিয়া হৈ যায় সকলো তুমি থাকিবানে
শুনা না (Yeah), মনত তোমাক কৰো কিন্তু কবলে মোৰ hard lage (Yeah)
কিছু কথা কবলে মোৰ hard লাগে (Hard লাগে)
Everytime থাকোঁ মই ভাবনাতে (ভাবনাতে)
Dying inside but জীয়াই আছোঁ বাহিৰতে (বাহিৰতে)
মোৰ tears বোৰ মোৰ চকুৰ কাষতে (কাষতে)
দেখাব নোৱাৰিম কিছু সময় মই তোমাকে (তোমাকে)
ভাঙিব নিদিও কাৰণ হব নিদিও একোৱেই (একোৱেই)
মই কৰিছোঁ সকলো handle (Handle)
বয়সত সৰু but বহুতেই pressure (Pressure)
মই নেজানো মোৰ কিনো হল (কিনো হল)
কিন্তু মই জানো তুমিযে কত (তুমি কত)
মোৰ হৃদয়ত প্ৰতিটোপল (প্ৰতিটোপল)
চায়া হৈ তুমি (Yeah)

শুনা না (Yeah)